আজি ভাৰতৰ মিছাইল মানৱ ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামৰ জন্ম জয়ন্তী।

এইজন মিছাইল মানৱ ভাৰতৰ প্ৰতি তেওঁৰ অৱদান সদায় অতুলনীয় আৰু তেওঁৰ মূল্যবোধ সদায় স্মৰণীয় হৈ থাকিব। মিছাইল মানৱ হিচাপে পৰিচিত খ্যাতনামা বিজ্ঞানী তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালামৰ ৯১ সংখ্যক জন্ম জয়ন্তী।দেশজুৰি শতিকাৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ তথা বিজ্ঞানীজনক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো।
দেশৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া নিকা ভাৱমূৰ্তিৰ কালামক সুঁৱৰি আজি জনতাই কৈছে, আমাৰেই সৌভাগ্য যে তুমি ভাৰততেই জন্মিলা।

Comments (1)
Add Comment
  • skidson

    Thank you so much for sending this amazing website.