IPL 2021ৰ খিতাপ অৰ্জন কৰিলে চেন্নাই ছুপাৰ কিংছে,চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ’ল চেন্নাই ছুপাৰ কিংছ।

IPL 2021ৰ খিতাপ অৰ্জন কৰিলে চেন্নাই ছুপাৰ কিংছে,চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ’ল
চেন্নাই ছুপাৰ কিংছে ।চতুৰ্থবাৰলৈ চেম্পিয়ন হ’ল CSK। ২০১০, ২০১১ আৰু ২০১৮ চনত IPLৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল CSKই।২৭ ৰাণত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে ।
চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰিয়ে ৩ উইকেটত ১৯২ ৰাণ সংগ্ৰহ কৰিছিল।মইন আলীয়ে ৩৭ আৰু ঋতুৰাজ গাইকোৱাডে ৩২ ৰাণ কৰে।আনহাতে হেজলউডে ২টা আৰু ৰবীন্দ্ৰ জাদেজাই ২টা উইকেট  দখল কৰে,আৰু
CSKৰ হৈ ফাফ ডুপ্লেছিছে সৰ্বাধিক ৮৬ ৰাণ কৰে।এইখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অধিনায়ক হিচাপে ৩০০ সংখ্যক IPL T20 খেল।

Leave A Reply

Your email address will not be published.