শাস্ত্ৰীৰ বিদায়ঃ ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়…

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়।
বি চি চি আইয়ে ঘোষণা কৰিলে এই কথা।
১৭অক্টোবৰ ২০২১ৰ পৰা আৰম্ভ হব লগা টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লব ৰাহুল দ্ৰাবিড়ে।এই বিশ্বকাপৰ পাছতে টি-২০ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে। লগতে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও এৰিব প্ৰশিক্ষকৰ পদ।বিশ্বকাপ ২০২৩ৰ লৈকে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিবাহ কৰিব ৰাহুল দ্ৰাবিড়ে।

Leave A Reply

Your email address will not be published.