কাৰাগাৰৰ আলহী হ’ল উপ-মহাপৰিদর্শক ৰৌণক আলী হাজৰিকা

কাৰাগাৰৰ আলহী হ’ল উপ-মহাপৰিদর্শক ৰৌণক আলী হাজৰিকা। অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদর্শক ৰৌণক আলী হাজৰিকা অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মাৰ নির্দেশৰ জৰিয়তে নিলম্বিত বিষয়াগৰাকীক কাৰাগাৰলৈ নিক্ষেপ কৰে৷ তদন্তকাৰী সংস্থা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীক পুনৰ চাৰি দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তেওঁক ন্যায়িক জিম্মালৈহে প্রেৰণ কৰে।কিন্তু যদিও ৰৌণক আলী হাজৰিকাক আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।আনহাতে,ৰৌণক আলী হাজৰিকা প্ৰকৃততে বেমাৰত আক্ৰান্ত হৈছিল নে নাই এই সন্দৰ্ভত আদালতে প্ৰশ্ন
উত্থাপন কৰি অসম আৰক্ষীৰ সঞ্চালক প্রধানক এক তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷

Leave A Reply

Your email address will not be published.