অসম আক্ৰমণৰ বাবে সাজু হৈছে অল-কায়দা, অসম আৰু কাশ্মীৰলৈ ভাবুকি প্ৰদান

অসম আৰু কাশ্মীৰলৈ অল অল-কায়দাৰ ভাবুকি। অসম আৰু ভাৰতৰ অন্যান্য স্থানত থকা আৰ এছ এছ কেডাৰ আৰু সেনা এলেকাসহ ব্যক্তিসকলক লক্ষ্য কৰি লোৱা হৈছে। প্ৰাপ্ত ইনপুট আৰু বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠনবোৰৰ পৰা গণ সমাৱেশ/ গণ পৰিবহন/ ধৰ্মীয় স্থান আদিৰ স্থানত বোমা/আই ই ডিৰ বিস্ফোৰণৰ ভাবুকি।

অল কায়ডাৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ’ বাৰ্তা যোগে অসম আৰু কাশ্মীৰত জিহাদ সৃষ্টিৰ আহ্বান জনোৱা হৈছে। তেওঁলোকে অসমত চলোৱা উচ্ছেদ অভিযানৰ ভিডিঅ’ত ভাৰতীয় মুছলমানৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই বাৰ্তা প্ৰেৰণ কৰিছে।

Leave A Reply

Your email address will not be published.