ধুবুৰী আৰক্ষীৰ এনকাউণ্টাৰ।
পুণৰ ধুবুৰী আৰক্ষীৰ এনকাউণ্টাৰ।
শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদক এনকাউণ্টাৰ।
নিশা আৰক্ষীৰ জিম্মাৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলিছালনা।
ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদৰ সো ভৰিত গুলিবিদ্ধ হয় ৰাহুল প্ৰসাদ নামৰ ড্ৰাগছ মাফিয়া জন।