নাৰায়ণপুৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড ৷
নাৰায়ণপুৰ নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা অৰুপ দত্তৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷
মূল বাসগৃহটোৰ গাতে লাগি থকা অতিথি গৃহটো জুইত সম্পূৰ্ণ ৰূপে ভষ্মিভূত হ্য় ৷
জুয়ে চানি ধৰে মূল বাসগৃহটোৰ দ্বিতীয় মহলা ৷
ইতিমধ্যে নাৰায়ণপুৰৰ লগতে বিহপুৰীয়াৰ পৰা অহা তিনিখনৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.