১০টকাৰ বাবেই এগৰাকী মহিলাক মৰিয়াই হত্যা

চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাত দেওবাৰে সংঘটিত হয় হত্যাকাণ্ড ৷
দহ টকা বাবে এগৰাকী মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰে ৷
ঘটনাটো নিহত হোৱা মহিলা গৰাকী নাম অমৃতা কাঁৱাৰ(৪৫) ৷
মহিলা গৰাকীক এডাল বাঁহৰ টাঙোনেৰে বিজয় নায়ক নামৰ যুৱকজনে মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাস্থলীতে মহিলা গৰাকী মৃত্যু হয় ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত বিজয় নায়ক আটক কৰিছে ৷
অবৈধ চুলাই মদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে ৷ইতিমধ্যে
নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাবাবে প্ৰেৰণ কৰিছে ৷

Leave A Reply

Your email address will not be published.