ভাৰতত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
যোৱা ২৪ ঘন্টাত দেশত ১৩,০৫৮জন লোক কোৰোনাত আক্ৰান্ত।
এই সময়চোৱাত ভাৰতত ১৯৪৭০জন সুস্থ হোৱাৰ বিপৰীতে ১৬৪জনৰ মৃত্যু হয়।
এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮৩১১৮জন ৰোগী।
উল্লেখ্য যে, এতিয়ালৈকে ভাৰতত মুঠ ৯৮৬৭৬৯৪১১জন লোকক দিয়া হৈছে