অৱশেষত গ্ৰেপ্তাৰ হ’ল অসমীয়া ভাষাক অপমান কৰা সংগঠনৰ নেতা।
◆ অৱশেষত গ্ৰেপ্তাৰ হ’ল অসমীয়া ভাষাক অপমান কৰা সংগঠনৰ নেতা।
◆ সদৌ অসম বঙালী যুৱ ছাত্ৰ সন্থাৰ দুই নেতাক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।
◆ সংগঠনটোৰ নেতা সমৰ দাস আৰু ৰাজু দেৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
◆ কাছাৰৰ আৰক্ষী ৰমদ্বীপ কৌৰৰ নেতৃত্বত চলিছিল অভিযান।
◆ দুয়ো গৰাকী নেতা জড়িত আছিল অসমীয়া ভাষা অপমান কৰা কাৰ্যত।
◆ সমগ্ৰ ৰাজ্যত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্ক।
◆ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছিল সমগ্ৰ ৰাজ্য।