২২ অক্টোবৰৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্প

অহা ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্প বন্ধ থাকিব।
এই সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থ ইষ্ট পেট্ৰল পাম্প সংস্থাই।
সংস্থাৰ ১০ দফীয়া দাবীক কাৰ্যত ৰূপ দিয়াৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.