বাংলাদেশত হিন্দুৰ নিৰাপত্তাৰ দাবীত প্ৰতিবাদত উত্তাল হোজাই

হোজাইত বাংলাদেশৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিবাদ। আজি বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। পুৱা প্ৰায় ১১ বজাত শান্তিবনৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা বিশাল প্ৰতিবাদী সমদলত প্ৰায় সহস্ৰাধিক লোকৰ উপৰি প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশ্ব হিন্দু পৰিষদৰ সভাপতি, সম্পাদক, উপ সভাপতি, বিজেপিৰ প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ, সভাপতি অনুপ দেৱ আদিয়েও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.