মুম্বাইত ভয়ানক অগ্নিকাণ্ড
মুম্বাইত ভয়ানক অগ্নিকাণ্ড।
এটা ৬০ মহলীয়া বিল্ডিংত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
১৯ মহলাৰ পৰা ২৫ মহলা পৰ্যন্ত বিয়পিছে জুই।
১৪ খনকৈ গাড়ীয়ে অগ্নিনিৰ্বাপণৰ চেষ্টা অব্যাহত ৰাখিছে।
অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত এজন লোকৰ মৃত্যু হৈছে।
মৃত্যু হোৱা লোকজনৰ নাম অৰুণ তিৱাৰী।
ক’ৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হ’ল জানিব পৰা নাই