তালিবানৰ উপ-প্রধানমন্ত্রীক সাক্ষাৎ ভাৰতৰ প্ৰতিনিধি দলৰ

• তালিবানৰ উপ-প্রধানমন্ত্রীক সাক্ষাৎ ভাৰতৰ প্ৰতিনিধি দলৰ

• তালিবানৰ উপ-প্রধানমন্ত্রী আব্দুল ছালাম হানাফিক সাক্ষাৎ

বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিব জে পি সিঙৰ নেতৃত্বত প্রতিনিধি দল

• বৈঠকত আফগানিস্তানলৈ বৃহৎ সাহায্যৰ আশ্বাস ভাৰতৰ

• মানৱীয়তাৰ খাতিৰতে ঘেঁহু তথা অন্যান্য সামগ্রী প্রদান কৰিব ভাৰতে

• তালিবানে আফগানিস্তান দখলৰ পিছত ভাৰতে আগবঢ়োৱা প্ৰথম সাহায্য

Leave A Reply

Your email address will not be published.