মঙলদৈ নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
মঙলদৈ নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
শনিবাৰে ৰাতিপুৱা মঙলদৈ নদীৰ আৰেং বালিচুক ঘাটত উদ্ধাৰ হয় এটি অচিনাক্ত মৃতদেহ।
নদীৰ মাজপানীত ওপঙি আছে মৃতদেহটো। মৃতদেহ টো পুৰুষৰ বুলি ঠাৱৰ কৰা হৈছে।
ইতিমধ্যে আৰক্ষীয়ে আহি নৈৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।
মৃত ব্যক্তি জন মঙ্গলদৈ বৰ আৰেঙৰ ভুৱনেশ্বৰ দাস (কলীয়া)৬৩ বুলি চিনাক্ত কৰা হয়।
ৰাতিপুৱা নদীত গা ধুবলৈ গৈ ভুৱনেশ্বৰ দাসৰ মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ।