ভাৰতীয় নৌসেনাৰ যুঁজাৰু জাহাজ ৰণবিজয়ত অগ্নিকাণ্ডৰ ঘটনা

ভাৰতীয় নৌসেনাৰ যুঁজাৰু জাহাজ ৰণবিজয়ত অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত জাহাজৰ ভিতৰত থকা ৪ জন নৌসেনা।
আহত সকলক ভৰ্তি কৰোৱা হৈছে INHS কল্যাণ হাস্পাতালত।
অগ্নিকাণ্ডৰ সময়ত বিশাখাপত্তনম বন্দৰত আছিল যুঁজাৰু জাহাজ খন ।
শনিবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল এই ঘটনা।
এই পৰ্যন্ত জানিব পৰা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ ।
এই ঘটনাকলৈ তৎপৰ হৈছে বিভাগটো, ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত।

Leave A Reply

Your email address will not be published.