T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান।
হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্কণ্ঠা পৰিলক্ষিত হৈছে।
কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।
এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল পাকিস্তানে।