মহম্মদ ছামীৰ সমৰ্থনত ফেচবুক,মহম্মদ ছামীৰ সমৰ্থনত থিয় দিছে ফেচবুক

মহম্মদ ছামীৰ সমৰ্থনত ফেচবুক,মহম্মদ ছামীৰ সমৰ্থনত থিয় দিছে ফেচবুক।মহম্মদ ছামীৰ বিৰুদ্ধে যদি কোনো লোকে বিৰ্তকিত পোষ্ট কৰে তেন্তে সেই পোষ্ট ফেচবুকে আতৰাব।T 20 খেলৰ প্ৰ্থম খন মেছত ভাৰতৰ পৰাজয়ৰ পিছতে ছামীৰ বিৰুদ্ধে একাংশই বিৰ্তকিত পোষ্ট কৰিছিল।ছামীৰ বিৰুদ্ধে বিৰ্তকিত মন্তব্য কৰা পিছতে ফেচবুকে নিজৰ স্থিতি স্পষ্ট কৰিছে।
ফেচবুক কতৃপক্ষই জনাইছে যে আমাৰ প্লেট ফৰ্মত ভাৰতীয় খেলুৱৈ দু ব্যৱহাৰ হোৱাটো নিবিচাৰো। ভাৰত পাকিস্তানৰ যি খেল আছিল এই খেলত ভাৰতৰ পৰাজয়ৰ পিছত একাংশই ছ’চিয়েল মিডিয়াত ছামীক লৈ বিৰ্তকিত পোষ্ট কৰিছিল।তেওঁ ধৰ্মক লৈও বিৰ্তকিত মন্তব্য কৰিছিল ।আনকি পাকিস্তানৰ মন্ত্ৰীয়েও নিকৃষ্ট মন্তব্য কৰা দেখা গৈছিল।বহু লোকে অনলাইন যোগে স্বামীক তুচ্ছতাছিল্য মন্তব্য কৰিছিল।কিন্ত ছামীৰ সমৰ্থন ত বহু লোক আগবাঢি আহিছিল।ছামীৰ সমৰ্থনত সাংসদ গৌৰৱ গগৈকে ধৰি শচীন তেনণ্ডোলুকাই ও সমৰ্থন আগবঢ়াইছিল ছামীৰ সমৰ্থনত।আনহাতে ছামীক কৰা এই মন্তব্য বাবে বহুলোক সৰৱ হৈ পৰিছিল।আৰু শেহতীয়া ভাৱে দেখিবলৈ পোৱা গৈছে যে ফেচবুকেও নিজৰ স্থিতি পষ্ট কৰি দিছে ।ছামীৰ বিৰুদ্ধে যদি কোনো লোকে বিৰ্তকিত মন্তব্য কৰে তেন্তে ফেচবুকে দিলিট কৰি দিব।

Leave A Reply

Your email address will not be published.