দুয়ােপালি ভেকচিন নল’লে অসুবিধাত পৰিব পাৰে আপুনি

দুয়ােপালি ভেকচিন নল’লে অসুবিধাত পৰিব পাৰে আপুনি;

দুয়োপালি ভেকচিন নল’লে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব হিতাধিকাৰী।এই কথা জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।দুয়োপালি ভেকচিন ন’ললে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব হিতাধিকাৰী।আনহাতে নৱেম্বৰ মাহৰ পৰাই এই নিয়ম কাৰ্য্যকৰী কৰা হ’ব।
সোমবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেল পাতি এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
লগতে অসমত কোনো কাৰণতে ল’কডাউন নহয় বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.