আকাশবাণীৰ জনপ্ৰিয় বাতৰি পৰিৱেশক অৱন বৰপূজাৰী আৰু নাই…

আকাশবাণীৰ এসময়ৰ জনপ্ৰিয় বাতৰি পৰিৱেশক অৱন বৰপূজাৰী আৰু নাই। নিজৰ কণ্ঠৰ মাধুৰ্যৰে এসময়ত সকলোকে মোহাচ্চন্ন কৰি ৰখা অৱন বৰপূজাৰী অসুস্থতাৰ অন্তত নিজা ইহ সংসাৰ ত্যাগ কৰে। এসময়ত আকাশবাণীৰ বাতৰি পৰিৱেশক এইগৰাকী অৱন বৰপূজাৰীৰ কণ্ঠস্বৰ সকলোৰে পৰিচিত আছিল। বহুতেই তেওঁ মাতষাৰ শুনিয়েই ক’ব পাৰিছিল এয়া অৱন বৰপূজাৰী। জনপ্ৰিয় বাতৰি পৰিৱেশকগৰাকীৰ মৃত্যুত গভাৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত অৱন বৰপূজাৰীয়ে পত্নিসহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে

Leave A Reply

Your email address will not be published.