৫সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণঃ ৭লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
আৰম্ভ হৈছে ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
মুঠ ৭ লক্ষাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
ইতিমধ্যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে।
বৰ্তমানলৈ সুচাৰুৰূপে সকলো ভোটকেন্দ্ৰত চলি আছে ভোটগ্ৰহণ।