পুনৰ বাঢ়িল পেট্ৰল-ডিজেলৰ দাম

শনিবাৰে পুনৰ বাঢ়িল পেট্ৰল-ডিজেলৰ দাম।
প্ৰতিলিটাৰ পেট্ৰলত ৩৫পইচাকৈ বৃদ্ধি পালে শনিবাৰে।
ইফালে প্ৰতিলিটাৰ ডিজেলতো বৃদ্ধি পালে ৩৫পইচাকৈ।
আজিৰ দিনটোত দিল্লীত ১লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৮.৯৯টকা।
কলকাতাত প্ৰতিলিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৫.৭৪টকা।

Leave A Reply

Your email address will not be published.