চলিত মাহৰ পৰাই আৰম্ভ হ’ব শিশুক ক’ভিড ভেকচিন প্ৰক্ৰিয়া

এইমাহৰ পৰাই দেশত আৰম্ভ হব শিশুক কোৰোনা টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া। কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ চেয়াৰমেন ডাঃ এন কে আৰৌৰাই সদৰি কৰিছে এই কথা। অহা চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হব বুলি সদৰি কৰিছে চেয়াৰমেন গৰাকীয়ে। উল্লেখ্য যে, কেইবাটাও পৰ্যায়ত এই টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হব আৰু প্ৰথম পৰ্যায়ত শাৰিৰিকভাৱে দুৰ্বল শিশুসকলক প্ৰদান কৰা হব ভেকচিন।

Leave A Reply

Your email address will not be published.