সাংসদ বাবুল সুপ্ৰিয়ৰ পদত্যাগ।
সাংসদ বাবুল সুপ্ৰিয়ৰ পদত্যাগ।
আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পদ ত্যাগ কৰিলে বাবুল সুপ্ৰিয়ই।আজি তেওঁ লোকসভা সদস্য পদ ত্যাগ কৰে।বিজেপি সাংসদ গৰাকীয়ে সদস্য পদ ত্যাগ কৰি সংবাদ মাধমৰ আগত আৱেগিক হৈ পৰে বাবুল সুপ্ৰিয়।ভাৰতীয় জনতা পাৰ্টিৰে ৰাজনৈতিক জীৱন আৰম্ভ সুপ্ৰিয়ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমৃত শ্বাহক ধন্যবাদ জনাই।