কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাশ্মীৰ ভ্ৰমণৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাশ্মীৰ ভ্ৰমণৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণ।
এই আক্ৰমণ আহত হৈছে ৪গৰাকীকৈ সেনা জোৱান।
পুঞ্চত সংঘটিত হৈছে এই ঘটনা।
আহত হোৱা সকলৰ ভিতৰত এগৰাকী আৰক্ষী জোৱান আৰু আন ৩গৰাকী ভাৰতীয় সেনাৰ জোৱান।
এই সংঘৰ্ষত সন্ত্ৰাসবাদীৰো কেইবাজনো আহত হোৱাৰ খবৰ পোৱা গৈছে।

Leave A Reply

Your email address will not be published.