Browsing Category

Lifestyle

সুস্থ হৈ থাকিবলৈ দৈনিক কিমান পানী খোৱা প্ৰয়োজন?

১ জুন,গুৱাহাটী: এজন মানুহক সুস্থ হৈ থাকিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন । এই কথা হয়তো সকলোৰে জ্ঞাত যে পানীয়ে শৰীৰৰ সকলো অংগক সঠিকভাৱে কাম কৰাত সহায় কৰে । সেয়েহে এজন লোকে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজন ।
Read More...