ব্ৰহ্মপুত্ৰৰ বুকুত অঘটনঃ মাতৃৰ সৈতে গা ধুবলৈ গৈ নিখোজ কিশোৰী…

আমিনগাঁৱৰ ব্রহ্মপুত্রৰ বুকুত ঘটিল অঘটন।
পানীপাৰাৰ ব্রহ্মপুত্রত নিখোজ এটি কিশোৰী।
মাতৃৰ সৈতে গা ধুবলৈ গৈ সংঘটিত হয় এই ঘটনা।
সন্ধানহীন কিশোৰীগৰাকীক বিচাৰি এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত।

Leave A Reply

Your email address will not be published.