দাম বৃদ্ধি হ’ব ধপাঁত জাতীয় সামগ্ৰীৰ

ধঁপাতজাতীয় সামগ্ৰীৰ বাবে কৰ নীতি প্ৰস্তুত কৰাৰ বাবে বিশেষজ্ঞসকলক লৈ এক গোট গঠন কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্ধিত কৰৰ হাৰ কি হ’ব, এই কমিটীয়ে পৰামৰ্শ আগবঢ়াব। ফলত বিড়ি, চিগাৰেটৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো একপ্ৰকাৰ নিশ্চিত।

Leave A Reply

Your email address will not be published.