মধ্যপ্ৰদেশৰ সংঘটিত ভয়কংৰ বিমান দুৰ্ঘটনা

মধ্যপ্ৰদেশৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা।
ৰাজ্যখনৰ ভিন্দ জিলাৰ বাবেদী গাঁৱত সংঘটিত হৈছে এই ঘটনা।
প্ৰাৰম্ভিক খবৰ অনুসৰি এগৰাকী বায়ু সেনাৰ এগৰাকী শিকাৰুৱে চলাইছিল মিগ বিমানখন।
এই ঘটনাত আহত হৈছে পাইলট গৰাকী।
ইতিমধ্যে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছে।
বিমান দু্ৰ্ঘটনা সংঘটিত হোৱা স্থান অতি দুৰ্গম বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.