মহানগৰীত বিদ্যুৎপৃষ্ট হৈ নিহত বয়োজ্যেষ্ঠ মহিলা..

কৃত্ৰিম বানৰ ফলত মহানগৰীত অঘটন।
মহানগৰীৰ পাণ্ডু কেবিনত সংঘটিত হৈছে এই অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ।
প্ৰথমে বিদ্যুৎপৃষ্টহৈ আহত হোৱা মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মহিলাগৰাকীৰ মৃত্যু হয়।
বিদ্যুৎস্পৃষ্ট মহিলাগৰাকীৰ নাম মেহেন্দী বৰুৱা।
ইনভাৰ্টাৰত পানী সোমোৱাৰ ফলত সংঘটিত হ’ল এই অঘটন।

Leave A Reply

Your email address will not be published.